Insane
পানশালাৰ কবিতা
...........................................................
(১)
লিখিবলৈ একোৱে নাই
মই নিজে এজাক
শূন্য বতাহ

বিষাদবোৰ বিষাদেই
পানশালাৰ নিচাৰে
ডুবাই ৰাখিব নোৱাৰা
দুঃসপ্নৰ জোৱাৰ

27/09/13


ණ কন্দর্পজিৎ কল্লোল

No content for this blog yet.