পানশালাৰ কবিতা
...........................................................
(১)
লিখিবলৈ একোৱে নাই
মই নিজে এজাক
শূন্য বতাহ
বিষাদবোৰ বিষাদেই
পানশালাৰ নিচাৰে
ডুবাই ৰাখিব নোৱাৰা
দুঃসপ্নৰ জোৱাৰ
27/09/13
ණ কন্দর্পজিৎ কল্লোল
No content for this blog yet.
Old school Swatch Watches